সামাজিক দূৰত্বৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে কপিকুলে - নীতি শিক্ষা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6989737-539-6989737-1588159678770.jpg)
চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা বিশেষ ভিডিঅ' । এই ভিডিঅ'টোত জীৱশ্ৰেষ্ঠ মানুহক যেন সামাজিক দূৰত্ব মানি চলাৰ নীতি শিক্ষা দিলে নামেৰীৰ কপিকুলে । মহামাৰী কৰ'ণাৰ পৰা হাত সাৰিবলৈ মানুহক সামাজিক দূৰত্ব নিয়ম মানি চলিবলৈ পৰামৰ্শ দি আহিছে ।