ডিব্ৰুগড়ত এটি কণমানিয়ে নাম কাঢ়ি মাতিলে মুখ্যমন্ত্ৰীক - ডিব্ৰুগড়ত এটি কণমানিয়ে নাম কাঢ়ি মাতিলে মুখ্যমন্ত্ৰীক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13232682-thumbnail-3x2-p1.jpg)
শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়লৈ আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিভিন্ন জনক সাক্ষাৎ কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ এক বিশেষ স্থানলৈ যাওঁতে ঘৰৰ চাদৰ পৰা এটি কণমানিয়ে মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মা বুলি নাম কাঢ়ি মাত লগালে ৷ লগে লগে মুখ্যমন্ত্ৰীয়েও কণমানিটোক হাত জোকাৰি উত্তৰ দিয়ে ৷ এই সমগ্ৰ ঘটনা পৰিয়ালৰ কোনো লোকে ম'বাইলত ৰেকৰ্ড কৰিছিল ৷ ইতিমধ্যে এই ভিডিঅ'টোৱে সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে ৷