thumbnail

শিৱসাগৰৰ প্ৰদীপ গগৈৰ শিল্পকৰ্মৰ বিষয়ে জানেনে ?

By

Published : Jul 9, 2019, 5:12 PM IST

শিৱসাগৰৰ এগৰাকী শিল্পী ৷ যাৰ হাতত প্ৰাণ পাই উঠে বাটৰ পৰি থকা এচটা শিল অথবা অনাদৃত হৈ পৰি থকা কাঠৰ টুকুৰাইও ৷ য'ত শিল্পীৰ দুচকুত থকা সুন্দৰতা,প্ৰতিভাই মূৰ্ত ৰুপ ধাৰণ কৰে ৷ সেয়াই শিল্প হয়তো ৷ ঐতিহাসিক শিৱলাগৰ জিলাৰ এজন শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা কিছুমান আপুৰুগীয়া শিল্পই আকৰ্ষিত কৰি আহিছে বহুতকে ৷ চাওক আমাৰ এক প্ৰতিবোদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.