পাঠশালাৰ মান ৰাখিলে অভিলেখে - ETV ASSAM
🎬 Watch Now: Feature Video

পাঠশালাৰ আনন্দ ৰাম বৰুৱা একাডেমীৰ পৰা বিজ্ঞান শাখাত ষষ্ঠ স্থান লাভ কৰি পাঠশালা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে অভিলেখ ঠাকুৰীয়াই । প্ৰায় 13 বছৰ ধৰি শিক্ষানুষ্ঠানখনে ধাৰাবাহিক সাফল্য লাভ কৰি অহাৰ লগতে পাঠশালা অঞ্চললৈও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।