পাণ্ডুত ৫৪গৰাকীৰ দেহত কোভিড-19পজিটিভ - স্বাস্থ্য বিভাগক সহযোগিতা নকৰাৰ অভিযোগ উঠিছে
🎬 Watch Now: Feature Video
মঙলবাৰৰ দিনটোতে মুঠ ৫৪ জন লোকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে। জালুকবাৰী আৰক্ষীৰ বিশেষ সতৰ্কবাণী প্ৰেৰণ কৰিছে আক্ৰান্ত আৰু সেই অঞ্চলতোৰ ৰাইজক ৷