thumbnail

জিলা প্ৰসাশনৰ নিৰ্দেশলৈ অপেক্ষা লখিমপুৰৰ ব্যৱসায়ীসকলৰ

By

Published : May 4, 2020, 12:13 PM IST

লখিমপুৰ, 4 মে': আজিৰে পৰা দেশত আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ লক্ ডাউন । তৃতীয় পৰ্যায়ৰ লক্ ডাউনত অসমত বহু ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে যদিও, বৰ্তমানেও অব্যাহত আছে কিছু বাধ্য বাধকতা । সেই পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলাৰ ভিন্ন স্থানত বন্ধ আছে দোকান বজাৰ । বন্ধ আছে যান বাহনৰ চলাচলো । যাৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খুলিবলৈ লখিমপুৰ জিলা প্ৰসাশনৰ নিৰ্দেশলৈ অপেক্ষা কৰিছে ব্যৱসায়ীসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.