বন্দীত্বৰ অৱসান : মুকলি আকাশৰ তলত বাঘজানৰ তিনি প্ৰতিবাদকাৰী - বন্দীত্বৰ অৱসান
🎬 Watch Now: Feature Video
প্ৰায় ১৭ দিনৰ অন্তত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ’ল বাঘজানৰ তিনি গৰাকী প্ৰতিবাদকাৰী । যোৱা 24 জুলাই তাৰিখে বাঘজান BGN-5 তৈল খাদৰ প্ৰৱেশদ্বাৰত বাঘজানবাসী ৰাইজে উপযুক্ত ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ তাৰ পৰা তিনি গৰাকীকৈ ব্যক্তিক প্ৰশাসনে গ্ৰেপ্তাৰ কৰি তিনিচুকীয়াৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল । অৱশেষত, 17 দিনৰ অন্তত সোমবাৰে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হয় ।
Last Updated : Aug 12, 2021, 4:46 PM IST