বিশ্বকাপৰ পূৰ্বে ৱেষ্ট ইণ্ডিজ দলৰ বৃহৎ সিদ্ধান্ত - ৱেষ্ট ইণ্ডিজ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3329236-479-3329236-1558282147040.jpg)
বিশ্বকাপলৈ 11 টা দিন বাকী থকাৰ সময়তে ৱেষ্ট ইণ্ডিজ দলৰ ৰিজাৰ্ভ খেলুৱৈ ৰূপত স্থান লাভ বিগত বছৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়া প্ৰাক্তন অধিনায়ক ডেৱন ব্ৰেভ’ৰ লগতে এবছৰে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেলাৰ পৰা বিৰত থকা বিস্ফোৰক খেলুৱৈ কাইৰণ পলাৰ্ডৰ ৷ কাইৰণ পলাৰ্ড" আৰু "ডে্ৱন ব্ৰেভৰ লগতে ৰিজাৰ্ভ খেলুৱৈত আছে সুনীল এম্ব্ৰিছ, জন কেম্পৱেল, জনাথন কাৰ্টাৰ, ৰস্টান চেজ, শ্বেন ডাৱৰিক, কিমো পল, খেৰী পিয়ৰে আৰু ৰেমন ৰীফৰ ৷ এতিয়া লক্ষ্যণীয় হ’ব আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰা দুই কেৰিবিয়ান খেলুৱৈয়ে বিশ্বকাপৰ মেচত খেলাৰ সুযোগ লাভ কৰিব নে নাই ৷