চেম্পিয়ন যুৱৰাজ সিঙৰ ক্ৰিকেটৰ জীৱন কাহিনী... - ক্ৰিকেট

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 12, 2019, 4:06 AM IST

1981 চনত চণ্ডীগড়ত জন্মগ্ৰহণ কৰা প্ৰতিভাৱান খেলুৱৈ যুৱৰাজ সিঙে নিজৰ প্ৰায় 17 বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট জীৱনত ভাৰতৰ হৈ 40খন টেষ্ট, 304 খন এদিনীয়া আৰু 58 খন টি-20 মেচত অৱতীৰ্ণ হৈছিল ৷ যুৱৰাজৰ নামত আছে টেষ্ট ক্ৰিকেটত 1900 ৰান (3 টা শতক, 11 টা অৰ্ধশতক), এদিনীয়াত 8701 ৰান (14 টা শতক 52 টা অৰ্ধশতক) আৰু আন্তঃৰাষ্ট্ৰীয় টি-20 8 টা অৰ্ধশতক সহ 1177 ৰান৷ 2007 চনৰ টি-20 বিশ্বকাপ আৰু 2011 চনৰ এদিনীয়া বিশ্বকাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ৷ এই চেম্পিয়ন খেলুৱৈগৰাকীকলৈ ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.