ইটিভি ভাৰতত গোলপীয়া অথবা পিংক বলৰ সম্পূৰ্ণ বিৱৰণ... - India vs Bangladesh day night test 2019
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5138957-708-5138957-1574357780911.jpg)
ভাৰত আৰু বাংলাদেশৰ মাজত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷ পোন প্ৰথমবাৰৰ বাবে গোলপীয়া বলৰ সন্মুখীন হ’ব ভাৰত-বাংলাদেশ ক্ৰিকেট দলটো ৷ এই মেচখনৰ পূৰ্বে চাওক ইটিভি ভাৰতৰ গোলপীয়া তথা পিংক বলৰ বিশেষ প্ৰতিবেদন....