thumbnail

By

Published : Apr 13, 2019, 8:26 AM IST

ETV Bharat / Videos

মোহালীত কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

আই পি এলত শনিবাৰে দিনটোৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব কিংছ ইলেভেন পাঞ্জাৱ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৷ মোহালীত অনুষ্ঠিত মেচখনত কিংছ ইলেভেনৰ লক্ষ্য হ’ব ধাৰাবাহিক 8 খন মেচত জয় লাভ কৰাৰ ৷ আনহাতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বাবে ধাৰাবাহিক 6 খন মেচৰ পৰাজয়ৰ ধাৰা ভংগ কৰি আই পি এলৰ দ্বাদশ সংস্কৰণৰ প্ৰথমটো জয়ৰ লাভৰ চেষ্টা চলাব ৷ আই পি এল বিশেষত চাওঁক এই মেচখনক লৈ ইটিভি ভাৰতৰ এক বিশেষ অনুষ্ঠান...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.