খেলপথাৰত কামাণ্ডোৰ গ্লোভছ পিন্ধি মহেন্দ্ৰ সিং ধোনী - Dhoni
🎬 Watch Now: Feature Video
বিশ্বকাপৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশেষ ৰূপত মহেন্দ্ৰ সিং ধোনী ৷ খেলখনত পেৰা কামাণ্ডোৰ বলিদান বেজ্জ খোদিত গ্লোভছ পিন্ধি উইকেটকীপিং কৰে মহেন্দ্ৰ সিং ধোনীয়ে ৷ খেলখনত ধোনীয়ে পৰিধান কৰা সেউজীয়া ৰঙৰ গ্লোভছত দেখিবলৈ পোৱা যায় ভাৰতীয় স্থল সেনাৰ বিশেষ বাহিনী পেৰাছ্যুট ৰেজিমেন্টৰ ইনছিগনিয়া ৷