ষ্টিভ স্মিথৰ সন্মুখত শ্ৰেয়াছ আয়াৰ - DC
🎬 Watch Now: Feature Video

আই পি এলৰ দ্বাদশ সংস্কৰণৰ 40 সংখ্যক মেচত সোমবাৰে জয়পুৰৰ হাৱাই মানছিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ বিৰুদ্ধে মুখামুখি হ'ব দিল্লী কেপিটেলছ ৷ সন্ধিয়া ৮ বজাত অনুষ্ঠিত হ'বলগীয়া মেচখনক লৈ ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান ৷