বৃহস্পতিবাৰে আৰ চি বিৰ সন্মুখত মুম্বাই ইণ্ডিয়ানছ - ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ
🎬 Watch Now: Feature Video

দ্বাদশ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত বৃহস্পতিবাৰে আৰ চি বিৰ মুখামুখি হ'ব মুম্বাই ইণ্ডিয়ানছ ৷ চলিত চিজনৰ আই পি এলৰ প্ৰথম খেল পৰাজয়েৰে আৰম্ভ কৰা দুয়োটা দলেই বৃহস্পতিবাৰে প্ৰত্যাৱৰ্তনৰ লক্ষ্যেৰে খেলপথাৰত নামিব ৷