দেশৰ প্ৰথমটো স্কাই-চাইক্লিং পৰীক্ষণ সম্পূৰ্ণ - স্কাই চাইক্লিং

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 3, 2019, 8:55 PM IST

পৰ্যটকক আকৰ্ষণৰ বাবে ভাৰতত সফলতাৰে পৰীক্ষণ সমাপ্ত স্কাই চাইক্লিংৰ ৷ হিমাচল প্ৰদেশ পৰ্যটন বিভাগে মঙলবাৰে সফলতাৰে সমাপ্ত কৰে ভাৰতৰ ভিতৰতে প্ৰথমটো স্কাই-চাইক্লিঙৰ পৰীক্ষণ ৷ প্ৰদেশখনৰ মানালী চহৰৰ গুলাৱাত এহাজাৰ ফুট উচ্চতাত দেশৰ ভিতৰতে প্ৰথমটো আৰু সৰ্বোচ্চ স্কাই-চাইক্লিঙ ট্ৰেক জিপ লাইনৰ সহযোগত সংযোগ কৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.