সৰুসজাইত ফিফাঃ ভাৰত বনাম ওমান - সৰুসজাইত ফিফাঃ ভাৰত বনাম ওমান
🎬 Watch Now: Feature Video

ফুটবল জ্বৰত আক্ৰান্ত গুৱাহাটীবাসী । সৰুসজাইত ফিফা বিশ্বকাপৰ কোৱালিফায়িং মেচত আজি মুখামুখি হ’ব ভাৰত আৰু ওমান । কিছু সময়ৰ পাচতেই অনুষ্ঠিত হ’ব এই হাই ভল্টেজ মেচখন ৷