thumbnail

By

Published : Nov 18, 2019, 7:35 PM IST

ETV Bharat / Videos

অসমৰ যুৱ প্ৰজন্মৰ হৃদস্পন্দন জুবিন গাৰ্গৰ 48 সংখ্যক ওপজা দিন

আনে যোৱা বাটে নোযোৱা শিল্পীগৰাকীৰ আজি জন্মদিন ৷ যাৰ সুৰৰ মূৰ্চনাত মন্ত্ৰমুদ্ধ হৈ পৰে শত সহস্ৰাধিক সংগীত প্ৰেমী ৷ জুবিন গাৰ্গ নামেই যাৰ পৰিচয় ৷ আজি সেইগৰাকী শিল্পীৰ 48 সংখ্যক জন্মদিন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.