কিয় কৰ’ণাত আক্ৰান্ত নহয় ৰাখী শ্বাৱন্ত ! - কৰ’ণাক লৈ ৰাখী শ্বাৱন্তৰ মন্তব্য
🎬 Watch Now: Feature Video

সমগ্ৰ দেশতে কৰ’ণাৰ দ্বিতীয় প্ৰবাহে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে অভিনেত্ৰী ৰাখী শ্বাৱন্তে সাংবাদিকৰ আগত কৰিছে এক বিস্ফোৰক মন্তব্য ৷ ৰাখী আৰু তেওঁৰ পৰিয়াল কেতিয়াও কৰ’ণাত আক্ৰান্ত নহয় ৷ কিন্তু কিয়? এই সন্দৰ্ভত কি ক’লে ৰাখীয়ে, শুনক তেওঁৰ মুখেৰে...