thumbnail

By

Published : Feb 2, 2022, 4:10 PM IST

ETV Bharat / Videos

Vaani Kapoor wearing bikini top: বাণী কাপুৰৰ ভিডিঅ’ই আনিছে ধুমুহা

বাণী কাপুৰৰ এটি ভিডিঅ’ই খলকনি তুলিছে সামাজিক মাধ্যমত ৷ বি-টাউনৰ অন্যতম হট এক্ট্ৰেছ হিচাপে খ্যাত বাণীয়ে মঙলবাৰে নিজৰ ইন্ষ্টগ্ৰামত নিজৰ সুঠাম দেহটো প্ৰদৰ্শন কৰি পোষ্ট কৰিলে এটা ভিডিঅ’ (Vaani Kapoor latest instagram video) ৷ ভিডিঅ’টোত বাণীয়ে ট্ৰাউজাৰৰ লগত পৰিধান কৰিছে এটা বিকিনি টপ (Vaani Kapoor wearing bikini top) ৷ ফিটনেছৰ প্ৰতি সচেতন বাণী কাপুৰৰ আৱেদনময়ী শৰীৰে তুলিছে ঢৌ ৷ বাণী কাপুৰক Shamshera ত ৰণবীৰ কাপুৰৰ সৈতে দেখিবলৈ পোৱা যাব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.