প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰলৈ ৰবি কিশানৰ শ্ৰদ্ধাঞ্জলি - ravi kishan rishi kapoor
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7005429-thumbnail-3x2-a.jpg)
অভিনেতা ৰবি কিশানে স্বৰ্গীয় ঋষি কাপুৰক ভিডিঅ'ৰ মাধ্যেমেৰে জ্ঞাপন কৰে গভীৰ শ্ৰদ্ধাঞ্জলি ৷ ভিডিঅ'টোত ৰবি কিশানে প্ৰসিদ্ধ অভিনেতাগৰাকীৰ ভাল দিশ সমূহ উনুকিয়াই ভাবুক হৈ পৰা পৰিলক্ষিত হয় ৷