আংৰেজী মিডিয়াম চাই কেনে পালে দৰ্শকে ? - আংৰেজী মিডিয়াম চাই কেনে পালে দৰ্শকে ?
🎬 Watch Now: Feature Video

মুক্তি পালে ইৰফান খান,ৰাধিকা মদন,কৰীণা কাপুৰ খানৰ দৰে অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা নতুন ছবি আংৰেজী মিডিয়াম ৷ 2017 বৰ্ষৰ হিন্দী মিডিয়াম ছবিখনৰ চিকুৱেল আংৰেজী মিডিয়ামত পিতা-পুত্ৰীৰ মাজৰ গভীৰ সম্বন্ধক প্ৰতিফলিত কৰিছে ৷ ছবিখন চাই কেনে পালে দৰ্শকে, আহক শুনো তেওঁলোকৰ মুখেৰেই .....