thumbnail

By

Published : Nov 3, 2021, 2:24 PM IST

ETV Bharat / Videos

দীপাৱলীৰ পূৰ্বে সাংবাদিকৰ কেমেৰাত বন্দী কেইগৰাকীমান বলীউড তাৰকা

দীপাৱলীৰ পূৰ্বে সম্পূৰ্ণ ভাৰতীয় পোছাক অৰ্থাৎ কুৰ্তিত অভিনেত্ৰী চাৰা আলী খান(Sara Ali Khan)ক দেখা গৈছে টি-চিৰিজ কাৰ্যালয়ত ৷ ইফালে মুম্বাই চহৰত অভিনেত্ৰী শিল্পা ছেট্টী(Shilpa Shetty) আৰু তেওঁৰ পুত্ৰ ভিয়ান(Viaan) সাংবাদিকৰ কেমেৰাত বন্দী হয় । অভিনেত্ৰী ছানী লিয়নী(Sunny Leone)ক স্বামী ডেনিয়েল ৱেবাৰ(Daniel Weber) আৰু সন্তানৰ সৈতে মুম্বাই বিমানবন্দৰত দেখা গৈছে ৷ আনহাতে অভিনেতা বিকি কৌশল(Vicky Kaushal) আবু ধাবিৰ পৰা উভতিছে । অভিনেত্ৰী ডেইজী শ্বাহ(Daisy Shah)কো বিমানবন্দৰত প্ৰত্যক্ষ কৰা হয় ৷বিমানবন্দৰত প্ৰত্যক্ষ কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.