মুক্তি পালে কৰিশ্মা তন্না অভিনীত শিৱসাগৰৰ এক বিশেষ তথ্য চিত্ৰ - অসম পৰ্যটন নিগম
🎬 Watch Now: Feature Video

অসম পৰ্যটন নিগমৰ উদ্যোগত শিৱসাগৰৰ ঐতিহ্য সামৰি নিৰ্মাণ কৰা হয় এখন বিশেষ তথ্যচিত্ৰ ৷ শেহতীয়াকৈ মুক্তি পালে কৰিশ্মা তন্না অভিনীত এই বিশেষ তথ্যচিত্ৰ ৷ উল্লেখ্য যে, গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া 'ফিল্মফেয়াৰ এৱাৰ্ড' অনুষ্ঠানত প্ৰদৰ্শিত হ'ব আহোম যুগৰ চানেকী বহনকাৰী ঐতিহাসিক ৰংঘৰ,তলাতল ঘৰ,শিৱদৌলৰ ওপৰত নিৰ্মিত এই তথ্যচিত্ৰখন ৷
TAGGED:
NEW DOCUMENTARY ON SIVSAGAR