পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসনৰ দাবী কংগনা ৰাণাৱটৰ

By

Published : May 4, 2021, 4:45 PM IST

thumbnail
পশ্চিমবংগত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত মঙলবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে । চকুপানী টুকি টুকি পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰাৰ দাবী জনালে কংগনাই । নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ৰাজ্যখনৰ কেইবাখনো জিলাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছতে এক ভিডিঅ' বাৰ্তাযোগে মঙলবাৰে এই দাবী তোলে অভিনেত্ৰীগৰাকীয়ে । আনহাতে, কেইবাটাও বিতৰ্কিত টুইটৰ বাবে মঙলবাৰে পুৱা কংগনাৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.