কংগনা ৰাণাৱতঃ পদ্মশ্ৰী বঁটাপ্ৰাপ্ত বলীউড কুইনৰ কথাৰে - কংগনা ৰাণাৱতৰ কথাৰে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6302062-thumbnail-3x2-a.jpg)
নিজৰ অভিনয়ৰ জৰিয়তে দৰ্শকৰ হৃদয়ত ৰাজত্ব কৰা আৰু নিজৰ কামৰ জৰিয়তে আন বহু মহিলাক প্ৰেৰণা যোগোৱা প্ৰতিভাৱান অভিনেত্ৰী কংগনা ৰাণাৱতক আন্তঃৰাষ্ট্ৰীয় দিৱসৰ শুভক্ষণত ই টি ভি ভাৰতৰ তৰফৰ পৰা সম্ভ্ৰম প্ৰদান ৷