thumbnail

By

Published : Mar 3, 2022, 10:30 AM IST

Updated : Feb 3, 2023, 8:18 PM IST

ETV Bharat / Videos

এবাৰ হাৰি গাত নালাগিল, পুনৰ হাৰিবলৈ মাজুলীলৈ আহিছে চিত্ৰৰঞ্জন বসুমতাৰী : পীযুষ হাজৰিকা

এবাৰ হাৰি গাত নালাগিল, সেয়ে আকৌ হাৰিবলৈ মাজুলীলৈ আহিছে এজেপিৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰী ৷ বুধবাৰে মাজুলীৰ এক নিৰ্বাচনী প্ৰচাৰত অংশ লৈ এই মন্তব্য কৰে জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika campaign for Bhuban Gam) ৷ উল্লেখ্য যে, ৭ মাৰ্চত অনুষ্ঠিত হ’ব মাজুলীৰ উপ নিৰ্বাচন (Majuli by election 2022) । উপ নিৰ্বাচনৰ বাবেই ৰাজনৈতিক ৰথী-মহাৰথীৰে ভৰি পৰিছে সত্ৰ নগৰী মাজুলী । বুধবাৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূবন গামৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হয় মন্ত্ৰী ৰণোজ পেগু আৰু পীযুষ হাজৰিকা ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.