thumbnail

By

Published : Feb 11, 2022, 10:58 AM IST

Updated : Feb 3, 2023, 8:11 PM IST

ETV Bharat / Videos

মাজুলীত জাতীয় পৰিষদৰ সংগী নে প্ৰতিদ্বন্দী হ’ব ৰাইজৰ দল ?

উপ-নিৰ্বাচনত প্ৰাৰ্থী দিয়া নিদিয়াক লৈ এতিয়াও সিদ্ধান্তত উপনিত হ’ব পৰা নাই ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতি (Raijar dal on by election in Majuli)। দলৰ সভাপতি অখিল গগৈয়ে এই নিৰ্বাচনত জাতীয় পৰিষদৰ প্ৰাৰ্থীক সমৰ্থন জনম বুলি কৰা মন্তব্য পাছতে মাজুলীত ৰাইজৰ দলৰ ভিতৰচোৱাত উঠিছিল প্ৰতিবাদৰ জোৱাৰ (Akhil Gogoi to support AJP in Majuli) । তাৰ পাছতে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয় ববীয়া মাজুলীত উপস্থিত হৈ তৃণমূল কৰ্মী সকলৰ লগত মত-বিনিমিয় কৰাৰ লগতে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা-নকৰাক লৈ প্ৰতিবেদন যুগুত কৰি কেন্দ্ৰীয় সমিতিক জমা দিয়ে । ৰাইজৰ দলৰ তৃণমূল কৰ্মীৰ বিক্ষোভ পাছতে বৰ্তমানলৈকে ৰাইজৰ দল মিত্ৰজোঁটত থাকিবনে নাথাকে সেয়াও নিশ্চিত হোৱা নাই এতিয়াও ।
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.