Zubeen Garg Birthday: হায়দৰাবাদতো উদযাপন জুবিন গাৰ্গৰ জন্মদিন - হায়দৰাবাদতো উদযাপন জুবিন গাৰ্গ জন্মদিন
🎬 Watch Now: Feature Video

অসমৰ বাহিৰতো শুকুৰবাৰে বিশাল কাৰ্যসূচীৰে পালন কৰা হয় যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গৰ জন্মদিন (Zubeen Garg birthday) ৷ হায়দৰাবাদৰ জুবিন ফেন ক্লাৱে আয়োজন কৰে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীৰ 50 বছৰীয়া জন্মদিন (Zubeen Garg age) ৷ শুকুৰবাৰে নিশা জুবিন ফেন ক্লাৱৰ প্ৰায় অৰ্ধ শতাধিক সদস্যই কেক কাটি শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰে ৷ তেওঁলোকে জুবিনৰ স্বাস্থ্যৰ কুশল কামনা কৰি এগছি বন্তিও প্ৰজ্বলন কৰে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST