90 ফুট উচ্চ টাৱাৰত জাতীয় পতাকা উত্তোলন কৰিলে যুৱকে - হৰ ঘৰ ত্ৰিৰংগা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 14, 2022, 6:30 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

জোনাইত দেশপ্ৰেমৰ ব্যতিক্ৰমী নিদৰ্শনে দেখুৱালে এজন যুৱকে ৷ সমগ্ৰ ৰাজ্যজুৰি 75 সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে "স্বাধীনতাৰ অমৃত মহোৎসৱ" আৰু ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ অধীনত প্ৰতিগৰাকী লোকে ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাছে (Youth hoists national flag at 90 feet tall tower) ৷ ইয়াকে অনুসৰণ কৰি জোনাইৰ বগৰীগুৰি গাঁৱৰ নিবাসী শুক্ৰচাৰ্য ব্ৰহ্ম নামৰ 25 বছৰীয়া যুৱকজনে 90 ফুট উচ্চতাৰ এখন টাৱাৰত পতাকা উত্তোলন কৰে ৷ ওখ টাৱাৰটোত উঠি যোৱাৰে পৰা পতাকাখন উৰুৱালৈ কেমেৰাত বন্দী কৰে যুৱকজনে ৷ যুৱকজনৰ এই দুঃসাহসিক কাণ্ড দেখি চকু কঁপালত উঠিছে স্থানীয় লোকৰ ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.