Har Ghar Tiranga Abhiyan: লংকা ৰাজহ চক্ৰ কাৰ্য্যলয়ৰ চৌহদত মুকলি ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ - জীৱিকা সক্ষীসকলে এখন ত্ৰিৰঙ্গা পতাকাৰ বিপনী মুকলি কৰে
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16029788-thumbnail-3x2-gfgh.jpg)
সমাগত স্বাধীনতা দিৱস (75th Independence Day)। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ বিভিন্ন প্ৰান্ততৰ সমান্তৰালকৈ অসমতো দেখা গৈছে হৰ ঘৰ ত্ৰিৰঙ্গা অভিযানৰ বিভিন্ন কাৰ্যসূচী (Har Ghar Tiranga Abhiyan)। এই অভিযানৰ অংশ স্বৰূপে শুকুৰবাৰে হোজাইৰ ঢলপুখুৰী উন্নয়ন ব্লকৰ উদ্যোগত লংকা ৰাজহ চক্ৰ কাৰ্য্যলয়ৰ চৌহদত জীৱিকা সখী সকলে এখন জাতীয় পতাকাৰ বিপণি মুকলি কৰে । লগতে ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে লংকা ৰাজহ চক্ৰৰ কাৰ্য্যলয়ৰ পৰা দুই শতাধিক জীৱিকা সখীয়ে প্ৰতিগৰাকী লোকৰ মাজত নিজ নিজ ঘৰত পতাকা উত্তোলনৰ বাবে সজাগতা অনাৰ লক্ষ্যৰে লংকা চহৰৰ মাজেৰে হাতে হাতে জাতীয় পতাকা লৈ ওলিয়াই এক শোভাযাত্ৰা ।
Last Updated : Feb 3, 2023, 8:25 PM IST