নাৰায়ণপুৰত ১০ খন চুৰি বাইকসহ চোৰক আটক - Bike thief at Narayanpur

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 4, 2022, 4:31 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

বিহপুৰীয়া আৰক্ষী থানাৰ(Bihpuria police station) অন্তৰ্গত শিমলুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত এটা চোৰক আটক কৰাৰ লগতে ১০ খনকৈ চুৰি হোৱা বাইক উদ্ধাৰ কৰে (Bike thief at Narayanpur)। ভাৰতীয় দণ্ডবিধি আইনৰ 411 ধাৰা অনুসৰি বিহপুৰীয়া থানাত ১৮৩/২২ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত অভিযান চলাই আটক কৰে চোৰটোক । আৰক্ষীয়ে আটক কৰা চেঁচা ৰাজগড়ৰ গোবিন বৰা নামৰ চোৰটোৱে বিভিন্ন ঠাইৰ পৰা বাইকসমূহ চুৰি কৰি নিজ গৃহৰ লগতে চুবুৰীয়াৰ ঘৰত ৰাখি বিক্ৰী কৰি আহিছিল (Stolen bike seized at Narayanpur) ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.