thumbnail

Assam HS result 2023: 480 নম্বৰ লাভ কৰি ৭ম স্থানত উজ্জ্বলিছে স্ববনম শইকীয়া

By

Published : Jun 6, 2023, 12:27 PM IST

নগাঁও, 6 জুন : আজি অৰ্থাৎ মঙলবাৰে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল (Assam HS result 2023) ৷ কলা আৰু বিজ্ঞান শাখাত নগাঁৱৰ ৰামানুজন চিনিঅ’ৰ চেকেণ্ডাৰী স্কুলৰ পৰা মুঠ 19 গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰে ভিতৰত কলা শাখাৰ ৭ম স্থানত উজ্জ্বলিছে স্ববনম শইকীয়া (Swabnam Saikia got 7th position in HS 2023)  ৷ 

সৰ্বমুঠ 500 ৰ ভিতৰত স্ববনম শইকীয়াই 480 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ স্ববনম শইকীয়াৰ এই সফলতাত এতিয়া স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ, শিক্ষাগুৰুৰ লগতে ওচৰ-চুবুৰীয়াও ৷

লগতে পঢ়ক : Assam HS result 2023 : কলা শাখাত চতুৰ্থ স্থান লাভ শুক্লেন মুং চেতিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.