High Madrassa Result 2022: কলিয়াবৰৰ মহম্মদ ইৰ্শ্বাদ উল্লাহে দখল কৰিলে তৃতীয় স্থান - বৰঘূলী হাই মাদ্ৰাছা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 7, 2022, 8:54 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

কলিয়াবৰৰ মহম্মদ ইৰ্শ্বাদ উল্লাহৰ হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল(Third position in High Madrassa Result 2022) ৷ সৰ্বমুঠ ৫৪৯ নম্বৰ লাভ কৰে ইৰ্শ্বাদ উল্লাহে ৷ বৰঘূলী হাই মাদ্ৰাছাৰ অধীনস্থ বৰঘূলী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ইৰ্শ্বাদ উল্লাহৰ এই সফলতাই গৌৰৱান্বিত কৰিছে অঞ্চলবাসীক ৷
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.