মাজুলীৰ কমলাবাৰী বিবেকানন্দ কেন্দ্ৰত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন

By

Published : Aug 19, 2022, 10:30 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail
কৃষ্ণ ৰসত বিলিন হৈছে সত্ৰপীঠ মাজুলীৰ প্ৰায় তিনি শতাধিক নামঘৰ আৰু ৩৫ খন সত্ৰৰ ভকত বৈষ্ণৱ (Sri Krishna Janmashtami celebrate in majuli) ৷ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে সত্ৰ নগৰী মাজুলী ৷ বিগত বছৰসমূহৰ দৰে এইবেলিও মাজুলীৰ কমলাবাৰী বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত পালন কৰা হৈছে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী । পূৰ্ণব্ৰহ্ম শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে মাজুলীৰ কমলাবাৰী বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত আজি শ্ৰীকৃষ্ণৰ নৃত্য-গীত সম্বলিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.