Minister Bimal Bara as singer: গায়কৰ ৰূপত মন্ত্ৰী বিমল বড়া - গায়কৰ ৰূপত মন্ত্ৰী বিমল বড়া
🎬 Watch Now: Feature Video

এইবাৰ গায়কৰ ৰূপত মন্ত্ৰী বিমল বড়া(Minister Bimal Bara as singer) । শিল্পী ৰিদীপ ৰংকিতৰ সৈতে একেলগে গালে বিহু গীত । মৰাণত টাই আহোম যুৱ পৰিষদ, অসমৰ উদ্যোগত আয়োজিত চ্যুকাফা দিৱসৰ সাংস্কৃতিক সন্ধিয়াত গায়কৰ ৰূপত দেখা গ'ল মন্ত্ৰী বিমল বড়াক(Singer look of Minister Bimal Borah) । শিল্পী ৰিদীপ ৰংকিতৰ সৈতে মন্ত্ৰীগৰাকীয়ে একেলগে গালে গান । গানৰ তালে তালে দৰ্শকেও বজালে হাত চাপৰি ।
Last Updated : Feb 3, 2023, 8:34 PM IST