thumbnail

By

Published : Dec 26, 2022, 9:18 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

Silver jubilee of Sri Sundarkanda family: শ্ৰী সুন্দৰকাণ্ড পৰিয়ালৰ ৰূপালী জয়ন্তী উপলক্ষে তিনিচুকীয়াত বিশাল শোভাযাত্ৰা

শ্ৰী সুন্দৰকাণ্ড পৰিয়ালৰ ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে সোমবাৰে শ্ৰী সুন্দৰকাণ্ড পৰিয়ালে তিনিচুকীয়াত এক বিশাল শোভাযাত্ৰা বাহিৰ কৰে(Silver Jubilee celebrations of Sri Sundarkanda family) । উক্ত শোভাযাত্ৰাত চহৰখনৰ বিভিন্ন মন্দিৰ সমিতি আৰু ধৰ্মীয় সংগঠনে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়(Huge procession of Sri Sundarkanda family in Tinsukia) ৷ মানৱ কল্যাণ পূজা ভৱনৰ পৰা যাত্ৰা আৰম্ভ কৰি চিড়াপট্টিৰ পৰা জি এন বি পথৰ মাজেৰে পাৰ হৈ এ টি পথেৰে পুনৰ মানৱ কল্যাণ পূজা ভৱনত উপস্থিত হয় । শোভাযাত্ৰাৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল ৯ ফুট উচ্চতাৰ ভগৱান হনুমান আৰু ৯ ফুটৰ উচ্চতাৰ ভগৱান শংকৰৰ জীৱন্তৰূপ । বিভিন্ন মন্দিৰ সমিতি, ধৰ্মীয় অনুষ্ঠানৰ উপৰিও হাজাৰ হাজাৰ ভক্ত, পুৰুষ-মহিলাই এই শোভাযাত্ৰাত অংশ গ্ৰহণ কৰি এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে ।
Last Updated : Feb 3, 2023, 8:37 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.