Bhalukpung Detonator blast update : স্নিফাৰ ডগৰ সহায়ত ভালুকপুঙৰ বিস্ফোৰিত অঞ্চলত তালাচী অভিযান - স্নিফাৰ ডগৰ সহায়ত সেনাৰ দ্বাৰা তালাচী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 6, 2023, 9:41 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ ভালুকপুঙত ডিট’নেটৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় এগৰাকী ছাত্ৰী ৷ আহত ছাত্ৰীগৰাকী বৰ্তমান গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ ডিট’নেটৰ বিস্ফোৰণত ছাত্ৰীগৰাকীয়ে এটা চকু, হাত আৰু বুকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে (Bhalukpung Detonator blast update)৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে GMCH ৰ অধীক্ষক ডাঃ আভিজিৎ শৰ্মাই ৷ ইফালে শুকুৰবাৰে শোণিতপুৰ আৰক্ষীয়ে উক্ত অঞ্চলৰ বিভিন্ন ঠাইত মেটেল ডিটেক্টৰৰ লগতে আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত সেনাৰ দ্বাৰা তালাচী চলোৱা হয় (Search operation with Sniffer dogs at Bhalukpung) ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.