Durga Puja allowed in Majuli:মাজুলীত দুৰ্গা পূজাৰ পোষকতা সত্ৰাধিকাৰৰ - Satradhikar in favour of Durga Ouja at Majuli
🎬 Watch Now: Feature Video
সত্ৰনগৰী মাজুলীত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ পোষকতা (Satradhikar in favour of Durga Ouja at Majuli)দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ (Janardan Dev Goswami comment on Durga Puja)। দেওবাৰে সত্ৰাধিকাৰৰাকীয়ে কয় যে মাজুলী হৈছে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ । তেওঁ পুনৰ কয় যে মাজুলীত বলি বিধান নোহোৱাৰ কাৰণে দুৰ্গা পূজাক মাজুলীবাসীয়ে মান্যতা প্ৰদান কৰা নাই । যদি সত্ৰ নগৰী মাজুলীত কেৰলৰ ধ্বনি শুনিব পাৰি তেতিয়াহ'লে মন্ত্ৰোচ্চাৰণ শুনিব নোৱৰাৰ কাৰণ নাই । মাজুলীত কাইলৈ মছজিদৰ ধ্বনি আহি পৰিব । সেইবাবে দুৰ্গা পূজাৰ মন্ত্ৰ শুনাতো আপত্তি নাই বুলি মন্তব্য আগবঢ়াইছে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে । যদি কেৰলৰ ধ্বনি বন্ধ নহয় তেতিয়াহ'লে অহা বছৰৰ পৰাই মাজুলীত দুৰ্গা পূজা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা বুলি তেওঁ কয় ।
Last Updated : Feb 3, 2023, 8:29 PM IST
TAGGED:
Durga Puja allowed in Majul