Komolika Deka dies: সৰ্থেবাৰী পৌৰসভাৰ সদস্যা কমলিকা ডেকাৰ অকাল মৃত্যু - সৰ্থেবাৰীৰ চিকিৎসালয়
🎬 Watch Now: Feature Video

বৰপেটাৰ সৰ্থেবাৰীত এটি শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ শুই থকা অৱস্থাতে হঠাৎে অসুস্থ হৈ সৰ্থেবাৰী পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ অগপ প্ৰতিনিধি কমলিকা ডেকাই শেষ নিশ্বাস ত্যাগ কৰে (Komolika Deka dies) ৷
Last Updated : Feb 3, 2023, 8:36 PM IST