Saraswati Puja: সৰস্বতী পূজা উপলক্ষে উখল মাখল পৰিৱেশ নগাঁও মহাবিদ্যালয়ত - নগাঁও মহাবিদ্যালয়
🎬 Watch Now: Feature Video
এইবাৰ একেটা দিনতে উদযাপন কৰা হৈছে গণৰাজ্য দিৱসৰ আৰু সৰস্বতী পূজা (Saraswati Puja 2023) । সৰস্বতী পূজাক লৈ উখল-মখল পৰিবেশ বিভিন্ন শিক্ষানুষ্ঠানত (Saraswati Puja celebrations)। মধ্য অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগাঁও মহাবিদ্যালয়তো বিৰাজ কৰিছে উৎসৱমুখৰ পৰিবেশে (Saraswati Puja celebrates at Nowgong College)। ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ পৰা এক বিশেষ প্ৰতিবেদন...
Last Updated : Feb 3, 2023, 8:39 PM IST