thumbnail

By

Published : Apr 22, 2023, 9:51 PM IST

ETV Bharat / Videos

Road accident: কাজিৰঙাৰ দ খাৱৈত সোমাল বিলাসী বাহন

কলিয়াবৰ,২২ এপ্ৰিল: ঈদৰ আনন্দ-উল্লাসৰ মাজতে কলিয়াবৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘটিত হয় এক ভয়ানক দুৰ্ঘটনা (Road accident in Kaziranga) । যোৰহাটৰ পৰা দ্ৰুত গতিত অহা এখন বাহনে বিপৰীত দিশৰ পৰা অহা এখন বাহনক খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্তৰ্ভাগত প্ৰৱেশ কৰে (Road accident) ।  

নগাঁৱৰ দিশৰ পৰা মৰাণ অভিমুখে অহা এখন টাটা নেস্কনক খুন্দিয়াই যোৰহাট দিশৰ পৰা নগাঁও অভিমুখে অহা আন এখন দ্ৰুতবেগী টাটা নেস্কনে । ফলত দেওচুৰ চাঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ-খাৱৈত পৰিলগৈ AS 01 EP 3221 নম্বৰৰ টাটা নেস্কনখন (Road accident at Kaliabar) । কথমপি প্ৰাণ ৰক্ষা পৰে বাহন দুখনৰ চালক তথা আৰোহীৰ । ঘটনাস্থলীত বাগৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত গাড়ীদুখন উদ্ধাৰ কৰে । 

লগতে পঢ়ক: Angkita Dutta Row Updates : অংকিতা দত্তৰ প্ৰতি কংগ্ৰেছৰ ব্যৱহাৰত ক্ষুন্ন মন্ত্ৰী অজন্তা নেওগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.