Firing incident at Panjabari; GMCH পোৱাৰ পূৰ্বে মৃত্যু হৈছিল ৰঞ্জিত বৰাৰ - GMCH পোৱাৰ পূৰ্বে মৃত্যু হৈছিল ৰঞ্জিত বৰাৰ
🎬 Watch Now: Feature Video

GMCH পোৱাৰ পূৰ্বে মৃত্যু হৈছিল ৰঞ্জিত বৰাৰ (Purabi Dairy Distributor Ranjit Bora mured case) । ডিঙিৰ সোঁফালে সোমাই বাঁওফালে গুলীটো ওলাই যোৱা চিন আছে মৃতদেহটোত । হাতৰ এটা স্থানত আঘাতৰো চিন স্পষ্ট ৷ তাৰ বাহিৰে আন কোনো স্থানত বেলেগ চিন নাই ৷ অৱশ্যে বাকী সকলো মৰণোত্তৰ পৰীক্ষাৰ পাচতহে পোহৰলৈ আহিব ৷ মৃত ৰঞ্জিত বৰা সন্দৰ্ভত এই কথা উল্লেখ কৰে GMCH ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই (Ranjit Bora died before reaching GMCH said Dr Abhijit Sharma) ।
Last Updated : Feb 3, 2023, 8:33 PM IST