হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীত 76 সংখ্যক স্বাধীনতা দিৱস উদযাপন

By

Published : Aug 15, 2022, 6:18 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

আজি সমগ্ৰ দেশজুৰি উলহ মালহেৰে উদযাপন কৰা হৈছে 76 সংখ্যক স্বাধীনতা দিৱস (Independence Day celebrations in RFC) ৷ প্ৰতিবছৰৰ দৰে এইবাৰো হায়দৰাবাদস্থিত ৰামোজী ফিল্ম চিটীত উলহ মালহেৰে বিশাল আয়োজন কৰা হয় স্বাধীনতা দিৱসৰ (Ramoji Group Chairman Ramoji Rao hoists national flag)৷ ৰামোজী গ্ৰুপৰ অধ্যক্ষ ৰামোজী ৰাৱে (Ramoji Group Chairman Ramoji Rao) পুৱা সকলোৰে উপস্থিতিত জাতীয় পতাকা উত্তোলন কৰে ৷ ৰামোজী গ্ৰুপৰ লগত সংলগ্ন প্ৰতিগৰাকী লোককে সম্বোধন কৰি তেওঁ ৰামোজী ফিল্ম চিটিৰ সমূহ কৰ্মচাৰীবৃন্দক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ৰামোজী ফিল্ম চিটীৰ এমডি বিজয়েশ্বৰী, ইটিভি ভাৰতৰ এমডি বৃহতী চেৰুকুৰী আৰু বৃহৎ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.