Raas Mahotsav 2022: পশ্চিম শেনচোৱা বৰনামঘৰত ৰাসোৎসৱ উদযাপন - Raas festivel in Nagaon
🎬 Watch Now: Feature Video
ৰাজ্যত বৰ্তমানো উদযাপিত হৈ আছে শ্ৰীকৃষ্ণৰ ৰাসোৎসৱ(Raas festivel in Nagaon) ৷ চৌদিশে কেৱল মুৰুলীৰ মধুৰ সুৰ ৷ সপ্তসুৰীয়া বাঁহীৰ মুৰ্চনাত বিভোৰ গোপীগণ ৷ সকলোতে বিৰাজ কৰিছে ভক্তিৰসৰ এক আনন্দময় পৰিৱেশ ৷ পিছপৰি ৰোৱা নাই নগাঁও চহৰৰ সমীপৱৰ্তী পশ্চিম শেনচোৱাবাসী(Raas celebration at Sensua) ৷ অঞ্চলটোৰ সমূহ ৰাইজৰ উদ্যোগত এইবাৰ উদাপিত হৈছে ২৪ সংখ্যক ৰাস মহোৎসৱটি ৷ পশ্চিম শেনচোৱা বৰ নামঘৰ প্ৰাংগণত উলহমালহেৰে উদযাপন কৰা হৈছে মহিলা সকলৰ দ্বাৰা পৰিৱেশিত ৰাস ৷
Last Updated : Feb 3, 2023, 8:32 PM IST