Python rescued: টীয়কত প্ৰকাণ্ড অজগৰ উদ্ধাৰ - টীয়ক প্ৰকাণ্ড অজগৰ উদ্ধাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 22, 2022, 1:59 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

টীয়কৰ মুদৈজান ভৰলুৱা গাঁৱত অজগৰ উদ্ধাৰ(Python rescued in Teok) । জানিব পৰা মতে সোমনাথ বৰা নামৰ এজন ব্যক্তিয়ে মুদৈজান পুথি নদীত জাল বাবলৈ যাঁওতে এডাল প্ৰকাণ্ড অজগৰ সাপ জালত উঠি আহে । ইতিমধ্যে অজগৰডাল ব্যক্তিজনে ঘৰৰ চোতালত আনি বন্দী কৰি ৰাখিছে আৰু টীয়ক প্ৰশাসন আৰু বন বিভাগৰ সৈতে যোগাযোগ কৰিছে । ইপিনে অজগৰডাল চাবলৈ অঞ্চলৰ ৰাইজ উক্ত চোতালত গোট খোৱা পৰিলক্ষিত হৈছে । অজগৰ ডালৰ ওজন প্ৰায় আঠৰ পৰা দহ কেজি হ'ব বুলি প্ৰত্যক্ষ দৰ্শীয়ে অনুমান কৰিছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.