Python rescued : শিৱসাগৰৰ বানমুখ চুতীয়া গাঁৱত প্ৰায় 7 ফুট দৈৰ্ঘৰ অজগৰ উদ্ধাৰ - পানীদিহিং পক্ষী অভয়াৰণ্য
🎬 Watch Now: Feature Video

মঙলবাৰে শিৱসাগৰৰ বানমুখ চুতীয়া গাঁৱত উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ (Python rescued in Sivasagar) ৷ উদ্ধাৰ হোৱা অজগৰটোৰ দৈৰ্ঘ প্ৰায় 7 ফুট ৷ বানমুখ চুতীয়া গাঁৱৰ স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ হোৱা অজগৰটো পৰৱৰ্তী সময়ত পানীদিহিং পক্ষী অভয়াৰণ্যত (Pani Dihing Wildlife Sanctuary) এৰি দিয়া হয় ।
Last Updated : Feb 3, 2023, 8:36 PM IST