Phython rescued: যোৰহাটত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ

By

Published : Jun 30, 2022, 2:11 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

যোৰহাট নগৰৰ মাজমজীয়াৰ পৰা উদ্ধাৰ কৰা হৈছে এডাল প্ৰকাণ্ড অজগৰ (Python rescued in Jorhat)৷ তিনি ঘণ্টা জুৰি চলোৱা যো-জাৰ অন্তত উদ্ধাৰ কৰা হয় প্ৰকাণ্ড অজগৰডাল ৷ কিছুদিন পূৰ্বেও তৰাজান অঞ্চলত নিশা ভাগত উদ্ধাৰ কৰা হৈছিল আন এডাল অজগৰ । আজি পুনৰ নগৰখনৰ এ টি ৰোডৰ কাষৰ এটা গাড়ীৰ গেৰেজৰ কাষত থকা এজোপা বাঁহ গছত অজগৰডাল ওলমি থকা প্ৰত্যক্ষ কৰি পুৱাতেই বহু লোকৰ সমাগম ঘটে ৷ অৱশেষত অজগৰডাল উদ্ধাৰ কৰি স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ লোকে প্ৰায় তিনি ঘণ্টাৰ পাছত যোৰহাটৰ পাৰ্থ হাজৰিকা নামৰ যুৱকজনৰ সহযোগিতাত অজগৰডাল উদ্ধাৰ কৰি লৈ যায় ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.