thumbnail

By

Published : May 10, 2023, 4:06 PM IST

ETV Bharat / Videos

Two years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত নগাঁওবাসীৰ মতামত

নগাঁও, 10 মে’: ৰাজ্যত দুটা বছৰ সম্পৰ্ণ হ’ল ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ (2 years of Himanta Biswa govt) ৷ বৃহৎ পুঁজি ব্যয় সাপেক্ষে ৰাজ্য চৰকাৰে আয়োজন কৰিছে বৰ্ষপূৰ্তি অনুষ্ঠান ৷ ইয়াৰ বাবে খানাপাৰত অনুষ্ঠিত হৈছে বিশেষ কাৰ্যসূচী ৷  

কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া কাৰ্যকালক লৈ কিমান সন্তুষ্ট সাধাৰণ জনতা ? চৰকাৰৰ ভিন্ন আঁচনিক লৈ ৰাইজ সুখী নে ? আঁচনি লাভ কৰিলেও মহিলাসকলে কি কয় ? শৰ্মা চৰকাৰৰ দুবছৰীয়া কাম-কাজকলৈ কিমান সুখী ক্ষুদ্ৰ ব্যৱসায়ীসকল ? জাতীয় সংগঠনৰ নেতাৰ দৃষ্টিত কিমান সফল ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাীন চৰকাৰ (Assam HBS govt anniversary)  ? সকলো সামৰি নগাঁৱৰ পৰা ই টি ভি ভাৰত অসমৰ বিশেষ অনুষ্ঠান ৰাইজৰ মতামত ৷

লগতে পঢ়ক: CM security issue : মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনি আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.