Poor condition of road : ৰঙিয়া-গোৰেশ্বৰ সংযোগী মাদৈকাটা পথৰ দুৰৱস্থা - ৰঙিয়া গোৰেশ্বৰ সংযোগী মাদৈকাটা পথৰ দুৰৱস্থা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 12, 2022, 6:34 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ৰঙিয়া-গোৰেশ্বৰ সংযোগী মাদৈকাটা পথৰ দুৰৱস্থা (Poor condition of road) ৷ পথছোৱাৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি ৰাইজে ভুগিব লগা হৈছে দুৰ্ভোগ ৷ 6 মাহ পূৰ্বে পুঠিমাৰী নৈৰ মথাউৰি ভগাৰ ফলত সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে পথছোৱা ৷ পথছোৱাৰ বিভিন্ন স্থানত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত ৷ ফলত শোচনীয় হৈ পৰিছে যোগাযোগ আৰু যাতায়ত ব্যৱস্থা ৷ অসম মালা আঁচনিৰ অধীনত পথছোৱা নিৰ্মাণৰ কথা আছিল যদিও আজিলৈকে আৰম্ভ নহ’ল নিৰ্মাণ কাৰ্য ৷ যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে (Public facing problems due to poor condition of the road) ৷ পথটোৰে বিপজ্জনকভাৱে অহা-যোৱা কৰাৰ বাবে বহু দুৰ্ঘটনাও ইতিমধ্যে সংঘটিত হৈছে । বিশেষকৈ জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত বহু সমস্যাত পৰিছে অঞ্চলটোৰ ৰাইজ ৷ শীঘ্ৰেই প্ৰশাসনক পথটো নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.