thumbnail

By

Published : Jan 14, 2023, 4:58 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Bhugali Bihu 2023: ধেমাজিৰ উৰুকাৰ বজাৰত জুই চাই দাম

উৰুকাৰ দিনা ভোগালীৰ সামগ্ৰীৰে উভৈনদী ৰাজ্যৰ বজাৰ ৷ কিন্তু ধেমাজিৰ উৰুকা বজাৰত লাগিছে দাম বৃদ্ধিৰ জুই(Dhemaji Bihu Market) ৷ বিভিন্ন সামগ্ৰীৰ নিয়ন্ত্ৰণহীন দামে কন্দুৱাইছে উৰুকাৰ বজাৰ কৰিবলৈ যোৱা ৰাইজক(Price hike in Bihu Market) ৷ অত্যাধিক দাম বৃদ্ধিৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গ্ৰাহকৰ মাজত ৷ ব্যৱসায়ীসকলে নিজৰ ইচ্ছানুসৰি নিৰ্ধাৰণ কৰিছে সামগ্ৰীৰ দাম ৷ জানিব পৰা মতে এক কিলো কাঠ আলু ৩০ /৪০ টকা , সৰু আলু ৩০/৫০ টকা , মিঠা আলু ৫০/৮০ টকা আদি ৷ মাছ-মাংসতো ব্যৱসায়ীয়ে লৈছে অত্যাধিক দাম ৷  

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.